A criminal has succumbed to his injuries after facing the heat of angry locals at…
আজি শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান
আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ,অসম বৈভৱ,অসম সৌৰভ বঁটা প্ৰদান কৰা হ’ব।আজি আবেলি ৩ বজাত প্ৰদান কৰা হ’ব এই অসামৰিক সন্মান।এই অনুষ্ঠানত বিশেষ কাৰণত উপস্থিত নাথাকে বিশিষ্ট উদ্যোগপতি ৰতন টাটা।পৰৱৰ্তী সময়ত মুম্বাইত এই বঁটা প্ৰদানৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে বিশিষ্ট উদ্যোগপতি ৰতন টাটাই।