Skip to content

আজি শ্বহীদ দিৱস


শ্বহীদ দিৱস উপলক্ষে আজি সমগ্র ৰাজ্যৰ লগতে মহানগৰীতো শ্বহীদ দিৱস পালন কৰা হয়। ৰাজ্যজুৰি স্মৰণ কৰা হয় অসম আন্দোলনৰ ৮৫৫ জন ছহিদক। আজি বিভিন্ন দল-সংগঠনে ৰাজ্যজুৰি স্মৰণ কৰিছে ছহিদসকলক। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে গুৱাহাটী বৰাগাঁওত ৰাজ্য চৰকাৰৰ উদ্যোগত আৰু অসম গণ পৰিষদৰ উদ্যোগতো শ্বহীদ দিৱস পালন কৰা হয়।

Back To Top