চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।গুৱাহাটীৰ শিলসাঁকো জলাশয়ৰ পাৰত বসবাস কৰা…
আজি ৭৩ সংখ্যক গণৰাজ্য দিৱস।
আজি ২৬ জানুৱাৰী,ক’ভিডসৃষ্ট পৰিবেশৰ মাজতে সকলোৱে খুব সুন্দৰভাৱে পালন কৰিছে ৭৩ সংখ্যক গণৰাজ্য দিৱস।আজিৰ দিনটোত সকলোৱে এটা মুকলি মন লৈ নিৰ্ভীকভাৱে ওলাই আহিছে,কিয়নো কোনো এটা দল সংগঠনে আজি বন্ধ ঘোষনা কৰা নাই।এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।সকলোকে পতাকা উত্তোলন কৰি গণৰাজ্য দিৱস পালন কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।