skip to Main Content

আন্তৰ্জাতিক বজাৰত অসমৰ সাফল্য

  • Assam


আন্তৰ্জাতিক বজাৰত অসমৰ সাফল্য। বিদেশলৈ ৰপ্তানি ষ্টীলৰ কেঁচামাল। ইটালী লৈ 21590MT লেম কয়লা। Mahalaxmi Continental Limited ৰ উদ্যোগত ৰপ্তানি। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত গঢ়ি তোলা ACCIAIERIE D’ ITALIA SPA নামৰ নিৰ্মাণ প্ৰতিস্থান তোৰ উদ্যোগত উৰিষ্যা আৰু পশ্চিম বংগটো আৰম্ভ হৈছে ব্যৱসায়। বিশ্বৰ বিভিন্ন প্ৰান্ত আৰু দক্ষিণ এছিয়ালৈ প্ৰতি মাহে ৰপ্তানি ৰ ব্যৱস্থা ষ্টীল ৰ কেঁচামাল লেম কয়লা।

Back To Top