Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
আবেদন অবিহনে এতিয়াৰে পৰা বিদ্যালয়তে লাভ কৰিব CASTE CERTIFICATE ।
আবেদন অবিহনে এতিয়াৰে পৰা বিদ্যালয়তে লাভ কৰিব CASTE CERTIFICATE।এতিয়াৰে পৰা জাতিগত প্ৰমাণ পত্ৰৰ বাবে কোনো ধৰণৰ আৱদন কৰিব নালাগে। আবেদন অবিহনে বিদ্যালয়তে লাভ কৰিব জাতিগত প্ৰমাণ পত্ৰ।এবছৰৰ ভিতৰতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব এই পদক্ষেপ। DC-ADCA বিদ্য়ালয়ে বিদ্যালয়ে চলাব অভিযান।আৱেদন কৰিব নালাগে কোনো কাৰ্যালয়লৈ গৈ।এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।