Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
আলফা(স্বা)ৰ নামত ষড়যন্ত্ৰ কৰা হৈছে।এই মন্তব্য আলফা(স্বা)ৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাৰ।
আলফা(স্বা)ৰ নামত ষড়যন্ত্ৰ কৰা হৈছে।ষড়যন্ত্ৰ কৰা ব্যক্তিক ইতিমধ্যে চিনাক্ত কৰিছে আলফাই।ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ সকীয়নি আলফা(স্বা)ৰ। একাংশই আলফাৰ নাম লৈ মাতি নিছিল একাংশ যুৱকক।আৰক্ষীৰ হাতত গ্ৰেপ্তাৰো কৰা হৈছিল যুৱকসকলক।এইসকল যুৱকক পিছলৈ আৰক্ষীৰ এজেন্ট হিচাপে আলফাৰ বিৰুদ্ধে কামত লগাইছে।এই বিলাক কামত যিসকল লোক জড়িত আছে ইতিমধ্যে আলফা(স্বা)য়ে সেইসকল লোকক চিনাক্ত কৰিছে।এই সকলো বোৰ কথা এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।