In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
আলফা স্বাধীনৰ মহিলা সদস্যা মিটু অসমৰ আত্ম সমৰ্পন
আলফা স্বাধীনৰ মহিলা সদস্যা পূৰ্ণিমা বৰা ওৰফে মিটু অসমৰ আত্ম সমৰ্পন৷ পূনিমা বৰা ওৰফে মিটু অসমৰ ঘৰ গোলাঘাট জিলাৰ সৰু পথাৰ নাজিজুলিত৷ পূৰ্ণিমা বৰাই ২০০২ চনত আলফাত যোগদান কৰিছিল৷ আৰুনাচলত তিনিচুকীয়া আৰক্ষী আৰু আছাম ৰাইফলৰ যৌথ অভিযানত আত্ম সমপন কৰে মিটু অসমে৷ স্বাস্থ্যজনিত কাৰনত আলফা স্বাধীনৰ পৰা ম্যানমাৰৰ শিবিৰৰহপৰা উলাই আহে মিটু অসমে।