skip to Main Content

আৰম্ভ হ’ল উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ ফেৰী সেৱা।

  • Assam


আৰম্ভ হ’ল উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। পৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ কোভিড বিধি অনুসৰি চলিব ফেৰী।আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবেই চাৰিমাহ ধৰি বন্ধ আছিল গুৱাহাটীৰ ফেৰী সেৱা।এশ শতাংশ যাত্ৰী লৈ পূৰ্বৰ সূচী মতে চলিব নিয়মীয়া ফেৰী।অভাৱনীয় যানজঁটৰ পৰা মুক্ত উত্তৰ গুৱাহাটীৰ বাসিন্দ।

Back To Top