A man allegedly killed his 23-year-old pregnant wife over dowry at Hajo on the outskirts…
ইন্টাৰনেটত উপলব্ধ হ’ল অসমীয়া ভাষাত ভাগৱত
এতিয়াৰে পৰা ইন্টাৰনেটত উপলব্ধ হ’ব অসমীয়া ভাষাত ভাগৱত।বছৰৰ আৰম্ভনিতে শ্ৰী মন্ত শংকৰদেৱ সংঘ গোলাঘাটৰ প্ৰচেষ্টাত গোলাঘাট জিলা শাখাই ইন্টাৰনেটত মুকলি কৰিলে ভাগৱতৰ অনলাইন সংস্কৰণ।যি সকলে ভাগৱত অধ্যয়ণ কৰিব বিচাৰে তেওঁলোকে গুগলত VAGAWAT বুলি অনুসন্ধান কৰিলেই অতি সহজে অনলাইন মাধ্যমেৰে পঢ়িব পাৰিব সম্পূৰ্ণ অসমীয়া ভাগৱত।