Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
উত্তৰ গুৱাহাটীৰ শিশুগ্ৰামত নাহৰফুটুকীৰ সন্ত্ৰাস।
উত্তৰ গুৱাহাটীৰ শিশুগ্ৰামকে ধৰি আই আই টি গুৱাহাটীৰ ওচৰে পাজৰে বহু দিনৰ পৰাই এটা নাহৰফুটুকী বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল।সকলো লোকে প্ৰায় আতংকত দিন কটাবলগীয়া হৈছিল বহু দিনৰে পৰা।আজি পুৱা চিলা আঞ্চলিক বন বিভাগে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়।আই আই টি গুৱাহাটী আৰু শিশুগ্ৰামৰ পাহাৰৰ পৰা নামি আহিছিল বাঘটো।