Skip to content

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক ।

  • Assam


উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল আবকাৰী অধীক্ষক।কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমনজ্যোতি বৰাক গ্ৰেপ্তাৰ।২৫হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ।ভিজিলেন্স আৰু এণ্টি কৰাপচনে গ্ৰেপ্তাৰ কৰে বিষয়াজনক।

Back To Top