In the Kamrup (M) district district commissioner's office auditorium, a meeting was scheduled. Many decisions…
এতিয়াৰে পৰা আৰক্ষীৰ খাকী পোছাকৰ বেজত অসমীয়াত লিখা থাকিব নাম আৰু পদবী।
এতিয়াৰে পৰা আৰক্ষীৰ খাকী পোছাকৰ বেজত অসমীয়াত লিখা থাকিব নাম আৰু পদবী।শীৰ্ষ আৰক্ষী বিষয়াৰ পৰা কনিষ্টবললৈকে সকলোৰে বেজত থাকিব অসমীয়াত নাম।মহানগৰীৰ যুতীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই আৰম্ভ কৰিছিল এই অভিযান।অনাগত ১০ দিনৰ ভিতৰত কামৰূপ মহানগৰ জিলাত কাৰ্যৰুপায়িত হ’ব এই পদক্ষেপ।ৰাইজৰ সৈতে সম্পৰ্ক ঘনিষ্ঠ কৰাৰ আদৰণীয় পদক্ষেপ।আৰক্ষীৰএই পদক্ষেপক এতিয়া সকলোৱে আদৰণি জনাইছে।