In the Kamrup (M) district district commissioner's office auditorium, a meeting was scheduled. Many decisions…
এন ই মিডিয়া বেংকৰ সংবাদমেল।
আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা হয় এন ই মিডিয়া বেংকৰ সংবাদমেল। সংবাদমেল আয়োজন কৰে এন ই মিডিয়া বেংক নামৰ ইউ টুব চেনেল এন ইভেন্তে। সংবাদমেলত উপস্থিত থাকে এন ই মিডিয়া বেংক নামৰ ইউ টুব চেনেল এন ইভেণ্টৰ সত্বাধিকাৰী অংকিতা ৰাজবংশী, জে পি দাসৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। সংবাদমেলটোত উত্থাপন কৰে ‘মোৰ জুনুকা’ নামৰ নতুন এটি গীতৰ বিষয়ে। গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু দ্বীপলিনা ডেকাই। গীতটো উন্মোচন কৰিব ডিচেম্বৰ ২৫ তাৰিখে। গীতটি প্ৰচাৰ হ’ব এই এন ই মিডিয়া বেংক নামৰ নতুন ইউ টুব চেনেলটোত।