The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰ।
নিশা ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰ।আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী।দুধৰ্ষ অপৰাধীটোৰ নাম দাওহাৰো বড়োৰ ।অবৈধ অস্ত্ৰৰ সৰবৰাহত জড়িত বড়ো।নিশা বড়োৰ স্বীকাৰোক্তিৰ ভিত্তিত অস্ত্ৰ বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান।ওদালগুৰিৰ লগতে বাক্সা জিলাৰ কেইৱাখনো থানাত বড়োৰ বিৰুদ্ধে চলি আছিল আঠটাকৈ গোচৰ।