In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
কংগ্ৰেছ কমিটীৰ উদ্যোগত প্ৰতিবাদ কাৰ্যসূচী
গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ।ৰাজ্যখনত দেখা দিয়া বিভিন্ন সমস্যা সন্দৰ্ভত ৰূপায়ণ কৰা হৈছে এই প্ৰতিবাদ।মহানগৰীৰ গুৱাহাটী ক্লাৱত কংগ্ৰেছ দলটোৱে সাব্যস্ত কৰিছে প্ৰতিবাদ।ডিজেট-পেট্ৰ’লৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ লগতে মূল্যবৃদ্ধিৰ লগতে নিবনুৱা সমস্যা, ৰাজহুৱা প্ৰতিষ্ঠান বেচৰকাৰীকৰণৰ বিৰুদ্ধেও সাব্যস্ত কৰা হৈছে প্ৰতিবাদ।প্ৰতিবাদী কাৰ্যসূচীত স্থান লাভ কৰিছে নাৰীৰ নিৰাপত্তা, অৰোণোদয় আঁচনিৰ বিষয়েও।অৰুণোদয় আচঁনিৰ ধন ১০০০ ৰ পৰা ৩০০০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবী কংগ্ৰেছৰ।