Skip to content

কণ্ঠশিল্পী জুবিন গাৰ্গলৈ চ্যুকাফা বঁটা।


কণ্ঠশিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ চ্যুকাফা বঁটা ৷ সোণাৰিৰ চ্যুকাফা দিৱসৰ অনুষ্ঠানত এই ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিব এই বঁটা।

Back To Top