Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
কাইলৈৰ পৰা সালসলনি হ’ব বেংকৰ কেইবাটাও নিয়ম
১ফেব্ৰুৱাৰিৰ পৰা হ’ব বৃহৎ সালসলনি।ষ্টেট বেংকৰ ধন লেনদেনৰ ক্ষেত্ৰত সালসলনি হ’ব বহু নিয়ম।IMPS ৰ পেমেন্ট চাৰ্ভিছত লেনদেনৰ সীমা বৃদ্ধি কৰা হৈছে।RBIয়ে বৃদ্ধি কৰিছে লেনদেনৰ সীমা।পূৰ্বতে ২লাখ টকা লেনদেন কৰিব পাৰিছিল IMPSৰ সহায়ত।এতিয়াৰে পৰা সৰ্বাধিক ৫লাখ টকা লেনদেন কৰিব পাৰিব।১হাজাৰ টকা পৰ্যন্ত লেনদেনত কোনো ধৰণৰ মাচুল দিব নালগে।১০০০ ৰ পৰা ১০,০০০ ত ভৰিব লাগিব দুটাকৈ চাৰ্ভিছ চাৰ্জ আৰু GST।এনেবহুতো নিয়ম কাৰ্যকৰী হ’ব ১ফেব্ৰুৱাৰিৰ পৰা।