Skip to content

কাইলৈ আৰম্ভ হ’ব স্পেচ এক্সৰ নতুন মহাকাশ অভিযান

  • World


কাইলৈ আৰম্ভ হ’ব স্পেচ এক্সৰ নতুন মহাকাশ অভিযান। বহুদিনৰ অন্ততঃ কাইলৈ ইলন মাস্কৰ কোম্পানী স্পেচ এক্সৰ তত্ত্বাৱধানত চাৰিজনীয়া এটা দলে মহাকাশ ভ্ৰমণ কৰিব। ১৬ ছেপ্টেম্বৰত ভাৰতীয় সময় মতে পুৱা ৫.৩২ বজাত আৰম্ভ হ’ব এই অভিযান।

Back To Top