The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
কাগজ কলৰ কৰ্মচাৰীসকল আজি উৎফুল্লিত।
৫৭০ কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ।কাগজ কলৰ কৰ্মচাৰীৰে বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ।দুমাহৰ ভিতৰত মোকলাই দিয়া হ’ব ৫৭০ কোটি টকা।ইয়াৰোপৰি ৫৮ বছৰৰ উৰ্ধৰ কৰ্মচাৰীসকলে লাভ কৰিব পেঞ্চন।কাগজ কলৰ চিকিৎসক, চিকিৎসা কৰ্মীয়ে লাভ কৰিব নিযুক্তি।আৱাসগৃহ খালী কৰিলেহে লাভ কৰিব এই সুবিধা কৰ্মচাৰীসকলে।আৱা,গৃহ খালী কৰিবলৈ ১ মাহৰ অতিৰিক্ত সময় লাভ কৰিব কৰ্মচাৰীসকলে।কৰ্মচাৰীসকলে লাভ কৰিব পি এফ, গ্ৰেছুইটি আৰু পেঞ্চনৰ সকলো ধন।১০০ জনক দিয়া হ’ব চৰকাৰী চাকৰি।