Skip to content

কাজিৰঙাত হেণ্ডকাফ লৈ আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুৰ্ধৰ্ষ চোৰাং চিকাৰী।


কাজিৰঙাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।আৰক্ষীৰ জিম্মাৰ পৰা হাতত হেণ্ডকাফ লৈ পলাল দুৰ্ধৰ্ষ চোৰাং চিকাৰী।ধৃত চোৰাং চিকাৰীটোৰ নাম উত্তম খাকলাৰী।হেণ্ডকাফসহ নৈত জাঁপ দি পলায়ন দুৰ্ধৰ্ষ চোৰাং চিকাৰীটো।

Back To Top