The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ব…
১ নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ব হাতী ছাফাৰী। কাল কোৰোণাই দুটা বছৰে জুৰুলা কৰা ৰাজ্যৰ পৰ্যটন উদ্যোগলৈ শেহতীয়াকৈ আহিছে আশাৰ বতৰা। হাতী ছাফাৰীৰ বাবে ইতিমধ্যে যাৱতীয় সকলো ব্যৱস্থা সাজু কৰিছে উদ্যান কৰ্তৃপক্ষই। কঁহৰা বনাঞ্চলত ১২ টা বিভাগীয় হাতীয়ে পৰ্যটকক ছাফাৰী কৰোৱাৰ বিপৰীতে বাগৰি বনাঞ্চলত ৩১ টা ব্যক্তিগত হাতীৰ জৰিয়তে পৰ্যটকে কৰিব পাৰিব হাতী ছাফাৰী।