Skip to content

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ শিলেখন্দা বন শিবিৰত বন কৰ্মীয়ে উদ্ধাৰ কৰে এটা মৃত গঁড়। চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ কৰিছে বন বিভাগে। উল্লেখযোগ্য যে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এয়া প্ৰথমটো গঁড় হত্যাৰ ঘটনা।

Back To Top