On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় কৰা হ’ব স্থানান্তৰ।
কাছাৰীত থকা বৰ্তমানৰ উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰ কৰা হ’ব ৰূপনগৰলৈ।ৰূপ নগৰ নতুনকৈ নিৰ্মাণ কৰিব ৫ মহলীয়া মহলীয়া নতুন উপায়ুক্ত কাৰ্যালয়।প্ৰকাশিত খবৰ মতে অসমত মুঠ ১০ টা নতুন উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰা হ’ব।১০ বিঘা মাটিত নিৰ্মাণ হ’ব নতুন কাৰ্যালয়।তিনি বছৰত সম্পূৰ্ণ হ’ব এই নিৰ্মাণৰ কাম।৫০ৰ পৰা ৬০ কোটি ব্যয় কৰি অতি জাক জমকীয়া কৈ নিৰ্মাণ কৰা হ’ব কামৰুপ মহানগৰৰ উপায়ুক্ত কাৰ্যালয়।পুৰণি উপায়ুক্ত কাৰ্যালয় চৌপাশ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য বৰ্ধন কৰা হ’ব।এই বিষয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে।