In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
কাৰাগাৰতে পুনৰ জেৰাৰ সন্মুখীন হ’ব ৰৌণক আলী হাজৰিকা
কাৰাগাৰতে পুনৰ জেৰাৰ সন্মুখীন হ’ব ৰৌণক আলী হাজৰিকা। ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে এইবাৰ Official Secrets Act ৰ 3(C)/4(1)/5 ধাৰা অতিৰিক্তভাৱে সন্নিবিষ্ট কৰিছে CM Vigilance এ ৷ চৰকাৰক নজনোৱাকৈ বিদেশলৈ যোৱাৰ বাবে লগোৱা হয় Official Secrets Act ৷ কিয় বাৰে বাৰে গোপনে বিদেশ ভ্ৰমণ কৰিছিল ৰৌণক আলীয়ে। প্ৰাথমিক তদন্তত ৰৌণক আলী হাজৰিকাৰ জেহাদিৰে সম্পৰ্ক থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷