In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
‘কা’ আন্দোলনৰ পঞ্চ ছহিদক স্মৰণ
CAA বিৰোধী আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি। শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদি পুনৰ CAAৰ বিৰুদ্ধে সৰৱ আছু নেতৃত্ব। আজি হাতীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত পালন কৰা হয় শ্বহীদ দিৱস। স্মৰণ কৰা হয় ‘কা’ আন্দোলনৰ পঞ্চ ছহিদক। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় CAA বিৰোধী আন্দোলনৰ পাঁচজন শ্বহীদলৈ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে সমুজ্জল কুমাৰ ভট্টাচাৰ্য, নৱপ্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি।