A man allegedly killed his 23-year-old pregnant wife over dowry at Hajo on the outskirts…
কেবৰ লগতে ৰেপিড’ ওপৰতো চোকা দৃষ্টি ৰাখিব পৰিবহণ বিভাগে
সোমবাৰে নিশা মহানগৰীৰ ১৬ টাকৈ স্থানত DTO হিমাংশু দাসৰ নেতৃত্বত পৰিবহণ বিভাগে অভিযান চলায়৷ কেবৰ লগতে ৰেপিড’ৰ ওপৰতো চোকা দৃষ্টি ৰাখিব পৰিবহণ বিভাগে৷ ৩১ ডিচেম্বৰৰ নিশা সুৰাপান কৰি অহা কেবৰ ড্ৰাইভাৰৰ লগতে ৰেপিড’ চালকেও ভৰিব জৰিমনা। ৰেপিড’ চালকে যদি সুৰাপান কৰে বাইক জব্দৰ লগতে লাইচেন্স কেনচেল হ’ব। কিন্তু অনলাইন কেব আৰোহীৰ লগতে ৰেপিড’ আৰোহীয়ে সুৰাপান কৰাত বাধা নাই। মহানগৰীৰ চিটিবাছসমূহৰ বিৰুদ্ধেও কঠোৰ হ’ব পৰিবহণ বিভাগ।