Skip to content

কৰ’না ৰ পাছতে ভয়াৱহ ৰূপত HIV পজিটিভ৷


কৰ’না ৰ পাছতে ভয়াৱহ ৰূপত কামৰূপ মহানগৰত HIV পজিটিভ৷ ৬৮৮৮ গৰাকী পজিটিভ ৰোগীয়ে শীৰ্ষস্থানত কামৰূপ মহানগৰ৷ ডিব্ৰুগড়ত ১২৪৫। কাছাৰত ৪৬০৯। কৰিমগঞ্জত ৭২৯। নগাঁও ৮১৪। গোলাঘাট জিলাত ৫১৬। শোণিতপুৰত ৫৩৯ আৰু যোৰহাট জিলাত ৬৫৪ গৰাকী ৰোগীয়ে ৰাজ্যত ২১২২৩ গৰাকী HIV ৰোগী৷ ড্ৰাগছ সেৱনৰ ফলতে বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা৷ NACCO ৰ পৰা কেৱল ৬ টা স্থানত HIV পৰীক্ষাৰ অনুমতি পাইছিল৷ গ্ৰাম্য অঞ্চলত নিজাববীয়াকৈ পৰীক্ষা কৰিছে এইডচ কণ্টল ছচাইটিয়ে৷ কামৰূপ মহানগৰত পৰীক্ষা পৰিমাণ বৃদ্ধি পালে আৰু বৃদ্ধি পাব HIV পজিটিভৰ সংখ্যা।

Back To Top