Tea production in Assam has fallen by 100 million kilograms in 2024 due to extreme…
কৰ ফাঁকিৰে ৰাজপথত গাড়ী চলাই থকা সকলৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান।
কৰ ফাঁকিৰে ৰাজপথত গাড়ী চলাই থকা সকলৰ বিৰুদ্ধে কৌশলেৰে পৰিবহন বিভাগৰ এটা দলে হঠাতে অভিযান চলাই।এই অভিযানত থৰকাচুটি হেৰুৱাইছে কৰ অনাদায়ী বাহনৰ মালিককে ধৰি যান-বাহন ব্যৱহাৰকাৰী বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে।কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলোৱাৰ সময়ত ধৰা পৰে কৰ ফঁকিৰে চলাই থকা ২৭খনকৈ গাড়ী।ইতিমধ্যে গোচৰ তৰাৰ উপৰিও ই-চালান প্ৰেৰণ কৰা হয়।