A man allegedly killed his 23-year-old pregnant wife over dowry at Hajo on the outskirts…
কৰ ফাঁকিৰে ৰাজপথত গাড়ী চলাই থকা সকলৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান।
কৰ ফাঁকিৰে ৰাজপথত গাড়ী চলাই থকা সকলৰ বিৰুদ্ধে কৌশলেৰে পৰিবহন বিভাগৰ এটা দলে হঠাতে অভিযান চলাই।এই অভিযানত থৰকাচুটি হেৰুৱাইছে কৰ অনাদায়ী বাহনৰ মালিককে ধৰি যান-বাহন ব্যৱহাৰকাৰী বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে।কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলোৱাৰ সময়ত ধৰা পৰে কৰ ফঁকিৰে চলাই থকা ২৭খনকৈ গাড়ী।ইতিমধ্যে গোচৰ তৰাৰ উপৰিও ই-চালান প্ৰেৰণ কৰা হয়।