The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
গঁড়চুক থানাৰ সমীপতে চোৰৰ তাণ্ডৱ
গঁড়চুক থানাৰ সমীপতে চোৰে চলালে লুটপাত। মিচিচিপি প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ নামৰ প্ৰতিষ্ঠানখনত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। প্ৰতিষ্ঠানখনৰ পৰা নিশা চোৰে লৈ যায় প্ৰিণ্টিং মেছিন। প্ৰতিষ্ঠানত সংলগ্ন CCTV কেমেৰাত আৱদ্ধ সমগ্ৰ চুৰিৰ দৃশ্য। CCTV কেমেৰাত আৱদ্ধ হয় চোৰৰ মুখমণ্ডলো।গঁড়চুক থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ আঁতৰত এই চুৰি কাণ্ড সংঘটিত হয়।