A man allegedly killed his 23-year-old pregnant wife over dowry at Hajo on the outskirts…
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰকাৰে জাৰি কৰিলে নতুন SOP
আকৌ জাৰি কৰিলে নতুন SOP।গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰকাৰে জাৰি কৰিলে নতুন SOP।গণৰাজ্য দিৱসৰ বাবে জাৰি বিশেষ নীতি-নিয়ম।এইবাৰ গণৰাজ্য দিৱসত নাথাকিব কোনো সাংস্কৃতিক অনুষ্ঠান।ছাত্ৰ-ছাত্ৰীসকলেও অংশ গ্ৰহণ কৰিব নোৱাৰিব গণৰাজ্য দিৱসত।কোনো ধৰণৰ বঁটা প্ৰদান অনুষ্ঠান নহ’ব সমাৰোহত।গণৰাজ্য দিৱসত কেৱল পতাকা উত্তোলন আৰু পেৰেডহে কৰিব পাৰিব।ৰাজ্যিক পয্যায়ৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব কেৱল ১০০০জন লোক।জিলা পয্যায়ত উপস্থিত থাকিব পাৰিব ৫০০ জন লোক।মহকুমা পয্যায়ত উপস্থিত থাকিব পাৰিব ২০০ জন লোক।দুই পালি ভেকচিন লোৱা আৰক্ষীয়ে হে অংশ ল’ব পাৰিব পেৰেডত।ক’ভিডৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই সিদ্ধান্ত।