A criminal has succumbed to his injuries after facing the heat of angry locals at…
গাড়ী চলোৱাৰ সময়ত ফোনত কথা পতা সন্দৰ্ভত নিতিন গাডকাৰীয়ে কি কলে?
গাড়ী চলাই থকাৰ সময়ত যদি আপুনি মোবাইল ফোনত কথা পাতে, তেতিয়া ট্ৰেফিক পুলিচে আপোনাৰ পৰা কোনোধৰণৰ চালান কাটিব নোৱাৰিব। চৰকাৰে জনালে এই কথা। ট্ৰেফিক পুলিচে যদি আপোনাৰ নামত চালান কাটে, তেন্তে আপুনি আদালতৰ দ্বাৰস্থ হ’ব পাৰিব। কেন্দ্ৰীয় পথ পৰিবহণ তথা ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে জনায় যে, গাড়ী চলোৱাৰ সময়ত যদি ড্ৰাইভাৰে হেণ্ড ফ্ৰী কমিউনিকেশ্যন ফিচাৰৰ ব্যৱহাৰ কৰি নিজৰ ফোনত কথা পাতে, তেন্তে ই কোনো দণ্ডনীয় অপৰাধ নহয়। ইয়াৰ বাবে ড্ৰাইভাৰে কোনোধৰণৰ জৰিমনা ভৰিব নালাগে বুলি জানিবলৈ দিয়ে।