skip to Main Content

গীতানগৰত জঘন্য ঘটনা

  • Assam


গীতানগৰত জঘন্য ঘটনা। ব্লেডেৰে ৰেপিলে এজনক। আঘাতপ্ৰাপ্ত মোজাহিদ আলী নামৰ লোকজন। BSF কেম্পৰ মোজাহিদ আলীৰ বাসগৃহৰ সন্মুখত অংকুৰ শৰ্মা আৰু জিংকুমনি শৰ্মা নামৰ দুজন ভায়েক-কাকায়েকে মদ খাই অভব‍্য আচৰণ কৰাত তেওঁলোকক বাধা প্ৰদান কৰিছিল মোজাহিদ আলীয়ে।বাধা দিয়াৰ বাবেই ডিঙিত ব্লেডেৰে ৰেপিছিল মোজাহিদৰ। আঘাতপ্ৰাপ্ত মোজাহিদক ভৰ্ত্তি কৰোৱা হৈছে এখন ব‍্যক্তিগত খণ্ডৰ চিকিৎসালয়ত। ঘটনা সংঘটিত কৰা অংকুৰ শৰ্মা নামৰ লোকজনক আটক আৰক্ষীৰ। বৰ্তমান পলাতক অৱস্থাত আছে জিংকুমনি শৰ্মাৰ নামৰ আনজন লোক।

Back To Top