Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
গুইজানৰ স্কাইলেণ্ডৰ ঘটনাৰ আজি শুনানি
গুইজানৰ স্কাইলেণ্ডৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণাৰ পিছতেই তিনিচুকীয়া জিলা প্ৰশাসনৰ আজি শুনানি। জিলাখনৰ অতিৰিক্ত জিলা দণ্ডাধীশ শ্ৰী মনজিৎ বৰকাকতিয়ে শুনানি গ্ৰহণ কৰে সমগ্র ঘটনাৰ। ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ লগতে ইচ্ছুক ব্যক্তিক আজি ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ নিজৰ জবান বন্দী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত প্ৰদান। সাক্ষ্য প্ৰদান কৰিবলৈ আহ্বান অতিৰিক্ত জিলা দণ্ডাধীশ মনজিৎ বৰকাকতিৰ।