Skip to content

গুৰুতৰ ভাৱে অসুস্থ শিল্পী অপূৰ্ব বেজবৰুৱা।


গুৰুতৰ ভাৱে অসুস্হ হৈ পৰিছে শিল্পী অপূৰ্ব বেজবৰুৱা।দিছপুৰ প’লিক্লিনিকত ভৰ্তি কৰোৱা হৈছে শিল্পী গৰাকীক।ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হৈছে শিল্পী অপূৰ্ব বেজবৰুৱা।

Back To Top