Skip to content

গুৱাহাটীত দীপাৱলী উপলক্ষে হাই এলাৰ্ট জাৰি।


দীপাৱলী উপলক্ষে হাই এলাৰ্ট জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে।আৰক্ষীৰ মধ্য জিলাই জাৰি কৰিছে নিৰ্দেশনা। গুৱাহাটী তেল শোধানাগাৰৰ ৫০০ মিটাৰৰ ব্যাসাৰ্ধত ফুটাব নোৱাৰিব ফটকা।সাতগাঁও অইল ইণ্ডিয়া পাম্পিং ষ্টেচনৰ সমীপতো ফুটাব নোৱাৰিব ফটকা আৰু তেলৰ পাইপৰ ওচৰে পাজৰেও আতচবাজী নিষিদ্ধ।

Back To Top