Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
গুৱাহাটীত নিয়ম ভংগকাৰী চিটি বাছৰ বিৰুদ্ধে এতিয়াৰ পৰা দিব নোৱাৰিব কোনো ধৰণৰ অভিযোগ
সঘনাই দেখিবলৈ পোৱা যায় চিটি বাছৰ মইমতালি।নিজ ইচ্ছামতে ভাড়া বৃদ্ধি,বাছ আস্হানৰ পৰিৱৰ্তে য’তে ইচ্ছা ত’তে বাছ ৰখা আৰু বহুতো।চৰকাৰৰ ফালৰ পৰা দুটা কমপ্লেইন নম্বৰ দিয়া হৈছিল,প্ৰত্যেক খন চিটি বাছৰ পিছফালে লিখা আছিল নম্বৰ দুটা।কিন্তু এতিয়া প্ৰশাসনৰ নিয়ম উলংঘা কৰি চিটি বাছ কৰ্তৃপক্ষই আতৰাই পেলাইছে কমপ্লেইন নম্বৰ দুটা।চিটি বাছৰ যিকোনো আপত্তি থাকিলে সাধাৰণ জনতাই কমপ্লেইন দিব লগা নম্বৰ দুটা আৰু দেখা পোৱা নাযায় চিটি বাছৰ পিছফালে।