skip to Main Content

গুৱাহাটীৰ উজান বজাৰ ঘাটত অঘটত

  • Assam


গুৱাহাটীৰ উজান বজাৰ ঘাটত অঘটত। ৰখাই থোৱা জাহাজত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ড সংঘটিত হোৱা জাহাজ খনৰ নাম চুকাফা। জাহাজখনৰ ভিতৰত আৱদ্ধ হৈ আছিল তিনিজনকৈ লোক। কোনো ক্ষয়-ক্ষতি হোৱা নাই যদিও কথমপি ৰক্ষা পৰে তিনিজনলোক। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভষ্মিভূত জাহাজ খন। এতিয়ালৈ অগ্নিকাণ্ডৰ কোনো কাৰণ জানিব পৰা হোৱা নাই।

Back To Top