skip to Main Content

গুৱাহাটীৰ বোন্দাত চপায়দঙত গুলীচালনা।

  • Assam


গুৱাহাটীৰ বোন্দাত চপায়দঙত বিত্তীয় প্ৰতিষ্ঠানৰ বিষয়ালৈ লক্ষ্য কৰি ঠিকাদাৰৰ গুলীচালনা।বাজাজ ফাইনেঞ্চৰ বিষয়াক গুৰুলা গুৰুলকৈ প্ৰহাৰৰো অভিযোগ।ঋণক কেন্দ্ৰ কৰিয়েই বিষয়াজনক আক্ৰমণ ঠিকাদাৰ অভিমন্যু দাসৰ। পৰ্যাপ্ত নথি-জমা নিদিয়াৰ বাবে বাজাজ ফাইনেঞ্চে মঞ্জুৰ কৰা নাছিল ঋণ।নথি পত্ৰ আনিবলৈ ঠিকাদাৰজনে ঘৰলৈ মাতি পঠিয়াইছিল প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীক।তেতিয়াই বিষয়া-কৰ্মচাৰীক আক্ৰমণ ঠিকাদাৰ অভিমন্যু দাসৰ। ঘটনা সন্দৰ্ভত পানীখাইটি আৰক্ষী চকীত এজাহাৰ বিষয়া অভিশেষ সুমনৰ।

Back To Top