
গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে উদ্ভৱ ভৰালীৰ জামিন আবেদন। কেচ ডায়েৰী চোৱাৰ পিছত বৃহস্পতি বাৰে নাকচ কৰে জামিন আবেদন।ভুক্তভোগীৰ বাণীবদ্ধ ভাষ্য শুনাৰ পিছত আদালতৰ এই সিদ্ধান্ত। ভৰালী বিৰুদ্ধে এগৰাকী তুলি লোৱা ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ চলোৱাৰ অভিযোগত গোচৰ ৰুজু হৈছিল।