skip to Main Content

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনলাইন হ’ব পৰীক্ষা।

  • Assam


২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ চতুৰ্থ ছেমিষ্টাৰৰ পৰীক্ষা।অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ’ব এই পৰীক্ষা। বি এ, বি এছ চি, বি কমকে ধৰি সকলো শাখাৰে ৰেগুলাৰ আৰু এৰিয়াৰ সকলোৰে বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা।আইড’লৰ চতুৰ্থ ছেমিষ্টাৰৰ পৰীক্ষাও অনুষ্ঠিত হ’ব ২০ ছেপ্টেম্বৰৰ পৰা।এই বিষয়ে বিশ্ববিদ্যালয়ে জাৰি কৰিছে জাননী।

Back To Top