Skip to content

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখা দল

  • Assam


গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখা দল। APDCLৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাত বিসংগতিৰ অভিযোগ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাত দিয়া হৈছিল অভিযোগ। এই অভিযোগৰ তদন্তৰ বাবেই বিশ্ববিদ্যালয়ত CM ভিজিলেঞ্চৰ দল। পৰীক্ষাৰ দায়িত্বত থকা বোৰ্ডৰ প্ৰতিগৰাকী সদস্যক সোধা-পোছা দলটোৰ। দলটোৰ ফালৰ পৰা প্ৰকাশ কৰা নাই কোনো আনুষ্ঠানিক মন্তব্য।

Back To Top