Skip to content

গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচন! ১৫ টা পদৰ বাবে ৩৫ গৰাকী প্ৰাৰ্থী


গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন। অহা ৩০ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব স্নাতকোত্তৰ ২০২১-২২ বৰ্ষৰ নিৰ্বাচন। এই নিৰ্বাচনত ১৫টা পদৰ বাবে মুঠ ৩৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

Back To Top