Skip to content

গুৱাহাটী মহানগৰীত পুনৰ লুটপাতৰ ঘটনা


গুৱাহাটী মহানগৰীত পুনৰ লুটপাতৰ ঘটনা।শনিবাৰে চানমাৰিৰ ৰাজপথত ৰখাই থোৱা বাহনত লুটপাত।এএছ ০১ বিকিউ ৭৩৩৩ নম্বৰৰ গাড়ী এখনৰ পৰা লুটি নিলে ধন।ৰাজপথৰ কাষত ৰখাই থোৱা গাড়ীৰ পৰা চোৰে লুটিলে ২৫০০০ টকা।গাড়ীৰ আইনা ভাঙি ধন লৈ উধাও চোৰ।

Back To Top