In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
চন্দ্ৰমোহন পাটোৱাৰীৰ ধমক আভ্যন্তৰীণ জল পৰিবহণৰ কনিষ্ঠ অভিযন্তাক
আভ্যন্তৰীণ জল পৰিবহণৰ কনিষ্ঠ অভিযন্তাক ধমক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। এটা ইঞ্জিনযুক্ত নাও চলাচল কৰিবলৈ দিয়াত ক্ষুণ্ণ পৰিবহণ মন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল এটা ইঞ্জিনযুক্ত নাও বন্ধ কৰাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অমান্য নিমাতীঘাটৰ লেচীৰ। আছুৰ প্ৰতিনিধি দলক লৈ ৰাওনা হৈছিল এটা ইঞ্জিনযুক্ত নাও। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতো কেনেকৈ যাবলৈ পালে নাওখন তাক লৈ কনিষ্ঠ অভিযন্তাক প্ৰশ্ন কৰাৰ লগতে চাকৰিৰ পৰা নিলম্বনৰ ধমক চন্দ্রমোহন পাটোৱাৰীৰ।