Skip to content

চানমাৰিৰ পথ দুৰ্ঘটনা।


চানমাৰিৰ আছাম ট্ৰিবিউনৰ সন্মুখত পথ দুৰ্ঘটনা।এখন সেনাৰ এম্বুলেঞ্চত পিছফালৰ পৰা খুন্দা মাৰে এখন গাখীৰ কঢ়িওৱা ভানে।গাখীৰ কঢ়িওৱা ভানখনৰ নম্বৰ এ এছ ০১ এইছ চি ৩৮৯৭।ৰখাই থোৱা আছিল সেনাৰ এম্বুলেঞ্চখন।গাখীৰ কঢ়িওৱা ভানখনৰ চাবি কাঢ়িলয় সেনাৰ এম্বুলেঞ্চত থকা জোৱানে।ঘটনাস্থলীত উপস্থিত হয় যানবাহন শাখাৰ আৰক্ষীৰ লোক।চাবি কাঢ়ি লোৱা জোৱানৰ সৈতে হয় যানবাহন আৰক্ষীৰ তৰ্কাতৰ্কি।

Back To Top