In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱাৰ বাসগৃহত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
নিমাতীঘাটত সংঘটিত ভয়াবহ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা সু চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱাৰ যোৰহাটৰ বৰুৱা চাৰিআলিৰ বাসগৃহত আজি আগবেলা উপস্থিত হৈ পৰিয়ালৰ লোকৰ দুখৰ সমভাগী হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। চিকিৎসক গৰাকীক উদ্ধাৰৰ বাবে ইতিমধ্যে অভিযান অব্যাহত আছে।সকলোৰে আদৰৰ চিকিৎসক গৰাকী যাতে সুকলমে উদ্ধাৰ হয় তাৰ বাবে মন্ত্ৰীগৰাকীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।