skip to Main Content

চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱাৰ বাসগৃহত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত


নিমাতীঘাটত সংঘটিত ভয়াবহ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা সু চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱাৰ যোৰহাটৰ বৰুৱা চাৰিআলিৰ বাসগৃহত আজি আগবেলা উপস্থিত হৈ পৰিয়ালৰ লোকৰ দুখৰ সমভাগী হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। চিকিৎসক গৰাকীক উদ্ধাৰৰ বাবে ইতিমধ্যে অভিযান অব্যাহত আছে।সকলোৰে আদৰৰ চিকিৎসক গৰাকী যাতে সুকলমে উদ্ধাৰ হয় তাৰ বাবে মন্ত্ৰীগৰাকীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top