Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
জালুকবাৰীৰ এটা কুঁৱাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ।
জালুকবাৰীৰ এটা কুঁৱাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ।কিশোৰী গৰাকীৰ নাম সুনীতা দেৱী বুলি চিনাক্ত কৰা হৈছে।
পাণ্ডু অগ্নি আৰু জৰুৰীকালীন সেৱা, এছডিআৰএফয়ে ২৫ ফুট গভীৰতাৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ।
যতীন বৰ্মন নামৰ লোক এজনৰ চৌহদত থকা কুঁৱাত উদ্ধাৰ মৃতদেহটো।
যতীন বৰ্মন মৃত কিশোৰীগৰাকীৰ সম্পৰ্কীয় মোমায়েক।যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল সুনীতা দেৱী নামৰ কিশোৰীগৰাকী।জালুকবাৰী আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত মালিকে দিছিল এজাহাৰ।ইফালে কিশোৰীগৰাকীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাৰ লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।