In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
ড০ নগেন শইকীয়াৰ মন্তব্যত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া।শইকীয়াক কঠোৰ সমালোচনা ULFA-Iৰ সভাপতিৰ পৰেশ বৰুৱাৰ ৷
বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ দাবী বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ। ড০ শইকীয়াৰ মন্তব্যত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। ড০ শইকীয়াৰ মন্তব্যক তীব্ৰ বিৰোধীতা কৰিছে বিভিন্ন জনে।এই সন্দৰ্ভত এইবাৰ মুখ খুলিছে আলফা(আই)ৰ সভাপতি পৰেশ বৰুৱাই।
ড° নগেন শইকীয়াক কঠোৰ সমালোচনা ULFA-Iৰ সভাপতিৰ পৰেশ বৰুৱাৰ ৷ পৰেশ বৰুৱাই কয় যে ‘নগেন ককাইদেউৰ মন্তব্য দুৰ্ভাগ্যজনক, হতাশাজনক’। মাতৃৰ মূৰৰ বিষত মূৰটো কাটি পেলাব নেকি? তেখেতৰ মন্তব্য দুখজনক, আমি ধিক্কাৰ দিছো। তেখেতে কথাটো উঠাই লওক, অসমবাসীৰ ওচৰত ক্ষমা খোজক।