Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
তাপমানকলৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মন্তব্য!
শৰৎ কালতো গ্ৰীষ্মৰ অনুভৱ। উৎকট গৰমে দহিছে ৰাজ্যৰ লগতে মহানগৰবাসীক। ৩৫ ডিগ্ৰী চেলছিয়াছতে অনুভৱ হৈছে প্ৰায় ৪০ ডিগ্ৰীৰ সমান গৰম। ইতিমধ্যে ১০ টা বৰ্ষৰ ভিতৰত অক্টোবৰ মাহৰ সৰ্বাধিক গৰমে গঢ়িছে অভিলেখ।অসম তথা উত্তৰ–পূৰ্বাঞ্চলত মেঘৰ স্থিতি কম হোৱাৰ বাবেই গৰমৰ প্ৰকোপ বৃদ্ধি হোৱা বুলি মন্তব্য কৰে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। শাৰদীয় দুৰ্গোৎসৱৰ পিছতো প্ৰথমবাৰৰ বাবে প্ৰখৰ ৰ’দ আৰু উত্তাপে দহিলে ৰাজ্যৰ লগতে মহানগৰবাসীক।