skip to Main Content

তিনিদিনৰ বাবে উদং হ’ব দিছপুৰ

  • Assam


তিনিদিনৰ বাবে উদং হ’ব দিছপুৰ। মুম্বাইলৈ ৰাওনা বিজেপিৰ মন্ত্ৰী বিধায়ক। মুম্বাইত বিজেপিৰ তিনিদিনীয়া প্ৰশিক্ষণ। বিভিন্ন বিষয়ত বিধায়কসকলক দিব প্ৰশিক্ষণ। প্ৰশিক্ষণ শিবিৰত অংশ ল’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Back To Top